নতুন দিল্লী, শ্ৰী লংকা, এচিয়া

Answer :

প্ৰদত্ত চিত্ৰত ত্ৰিভুজৰ মুঠ সংখ্যা নিৰ্ণয় কৰাঃ

(A)    12

(B)    18

(C)    22

(D)    26

Answer :

(B)    18

নিম্নলিখিত চাৰিটা বিকল্পৰ তিনিটা এক বিশেষ আৰ্হি সাপেক্ষে সদৃশ আৰু একেটা গোটত অন্তৰ্ভুক্ত । গোটত অন্তৰ্ভুক্ত নোহোৱা বিকল্পটো নিৰ্ণয় কৰা ।

(A) নিৰ্গমন  (Emission) 

(B) প্ৰদূষণ(Pollution)

(C) দুষণ (Contamination)

(D) ভেজালকৰণ (Adulteration)

Answer :

(D) ভেজালকৰণ (Adulteration)

নিম্নলিখিত চাৰিটা বিকল্পৰ তিনিটা এক বিশেষ আৰ্হি সাপেক্ষে সদৃশ আৰু একেটা গোটত অন্তৰ্ভুক্ত । গোটত অন্তৰ্ভুক্ত নোহোৱা বিকল্পটো নিৰ্ণয় কৰা ।

(A) 225/3375

(B) 100/1331

(C) 169/2744

(D) 289/5832

Answer :

(B) 100/1331

নিম্নলিখিত চাৰিটা বিকল্পৰ তিনিটা এক বিশেষ আৰ্হি সাপেক্ষে সদৃশ আৰু একেটা গোটত অন্তৰ্ভুক্ত । গোটত অন্তৰ্ভুক্ত নোহোৱা বিকল্পটো নিৰ্ণয় কৰা ।

(A) 2837

(B) 7651

(C) 3925

(D) 9762

Answer :

(D) 9762

অনুপস্থিত সংখ্যা/ বৰ্ণ/ শব্দটি নিৰ্ণয় কৰাঃ

(A) Saddle

(B) Rein

(C) Horseman

(D) Stirrup

Answer :

(C) Horseman

অনুপস্থিত সংখ্যা/ বৰ্ণ/ শব্দটি নিৰ্ণয় কৰাঃ

(A) MNRK

(B) MNSK

(C) MNUK

(D) MMUK

Answer :

(C) MNUK

অনুপস্থিত সংখ্যা/ বৰ্ণ/ শব্দটি নিৰ্ণয় কৰাঃ

(A) 83

(B) 81

(C) 36

(D) 18

Answer :

(A) 83

প্ৰিয়াই এখন চিনেমাৰ টিকট বুক কৰিছিল, যাৰ ট্ৰেলাৰখনে প্ৰিয়াই টিকট বুকিং কৰাৰ ২০ দিন আগেয়ে মুক্তি লাভ কৰিছিল । ট্ৰেলাৰ মুক্তি পোৱাৰ ৪৫ দিনৰ পিছত প্ৰিয়াই চিনেমাখন চাইছিল । প্ৰিয়াই চিনেমাখন চোৱাৰ ১৬ দিন আগেয়ে চিনেমাখনে মুক্তি লাভ কৰিছিল । যদি প্ৰিয়াই দেওবাৰে টিকট বুকিং কৰিছিল, তেন্তে চিনেমাখনে মুক্তি লাভ কৰা দিনটো হʼলঃ

(A) শুক্ৰবাৰ

(B) শনিবাৰ

(C) দেওবাৰ

(D) মঙ্গলবাৰ

Answer :

(C) দেওবাৰ

কোনো এটা ত্ৰিভুজৰ বাহুবোৰৰ দৈৰ্ঘ্যৰ অনুপাত ½:1/3:1/4 আৰু ইয়াৰ পৰিসীমা 104 চে.মি.। ত্ৰিভুজটোৰ আটাইতকৈ দীঘল বাহুৰ দৈৰ্ঘ্যঃ

(A) 52 চে.মি.

(B) 48 চে.মি.

(C) 44 চে.মি.

(D) 40 চে.মি.

Answer :

(B) 48 চে.মি.

200 মি. আৰু 100 মি. দৈৰ্ঘ্যৰ দুখন ৰেলগাড়ী ক্ৰমান্বয়ে 20 মি./চেকেণ্ড আৰু 22 মি./চেকেণ্ডত বেগত সমান্তৰাল ভাৱে গতি কৰি আছে । যদি ৰেলগাড়ী দুখন একেটা দিশত গতি কৰে, তেন্তে এখনে আনখনক অতিক্ৰম কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হʼব ?

(A) 212 চেকেণ্ড

(B) 135 চেকেণ্ড

(C) 150 চেকেণ্ড

(D) 120 চেকেণ্ড

Answer :

(C) 150 চেকেণ্ড

যদি ‘HONESTY’ ক 5132468 হিচাবে আৰু ‘POVERTY’ ক 7192068 হিচাবে লিখা হয়, তেন্তে একেটা কোডেৰে ‘HORSE’ ক কি লিখিব লাগিব ?

(A) 50124

(B) 51042

(C) 51024

(D) 52014

Answer :

(B) 51042

নিম্নলিখিত শব্দবোৰ যুক্তিসংলগ্ন তথা অৰ্থপূৰ্ণ ক্ৰমত সজোৱাঃ
 

(A) 1, 5, 4, 2, 6, 3

(B) 5, 1, 4, 2, 6, 3

(C) 5, 4, 1, 2, 3, 6

(D) 1, 5, 2, 4, 6, 3

Answer :

(C) 5, 4, 1, 2, 3, 6

35:6 ৰ সদৃশ সম্পৰ্কৰে সংলগ্নিত সংখ্যা যুগ্মটি চয়ন কৰা 

(A) 85:9

(B) 64:8

(C) 26:5

(D) 120:11

Answer :

(D) 120:11

কবিতাই তাইৰ কাৰ্য্য়ালয়ৰ পৰা 2 কি.মি. পূবে গতি কৰে আৰু তাৰ পিছত সোঁফালে ঘূৰি 8 কি.মি. যায় । তাৰ পিছত পুনৰ পূবদিশে 2 কি.মি. আৰু দক্ষিণদিশে 4 কি.মি. যায় । অৱশেষত তাই বাওঁফালে ঘূৰি 1 কি.মি. অতিক্ৰম কৰে আৰু নিজৰ এপাৰ্টমেণ্ট উপস্থিত হয় । কবিতাৰ কাৰ্য্য়ালয় আৰু এপাৰ্টমেণ্টৰ মাজৰ ন্যুনতম আকাশী দূৰত্ব হৈছেঃ

(A) 25 কি.মি.

(B) 13 কি.মি.

(C) 12 কি.মি.

(D) 17 কি.মি.

Answer :

(B) 13 কি.মি.

যদি aৰ 20%ৰ মান b হয়, তেন্তে 20ৰ b%ৰ মান সমান হʼবঃ

(A) a ৰ 4%

(B) a ৰ 6%

(C) a ৰ 8%

(D) a ৰ 10%

Answer :

(A) a ৰ 4%

ৰাতিপুৱাৰ পৰত বাগিছা এখনত সৰিতা আৰু সবিতা দুয়ো দুয়োৰে ওচৰ আহি আছিল । সবিতাই দেখিলে যে সৰিতাৰ ছাঁটো তাইৰ বাওঁহাতে পৰিছে। সবিতাই কোনদিশে মুখে কৰি আছিল ?

(A) দক্ষিণ

(B) পূব
 

(C) উত্তৰ

(D) পশ্চিম

Answer :

(D) পশ্চিম

এজন ব্যক্তি তেওঁৰ পত্নীত কৈ ৩ বছৰে ডাঙৰ আৰু তেওঁৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ চাৰিগুন । যদি ৩ বছৰৰ তেওঁৰ পুত্ৰৰ বয়স ১৫ বছৰ হয়, তেন্তে তেওঁৰ পত্নীৰ বৰ্তমান বয়স হৈছে –

(A) 60 বছৰ

(B) 51 বছৰ

(C) 48 বছৰ

(D) 45 বছৰ

Answer :

(D) 45 বছৰ

পাঁচ জন লʼৰা এটা বৃত্তত অন্তৰ্মুখী হৈ বহি আছে। অজয়, ৰোহিত আৰু দʼলজিতৰ মাজত আছে। সুমন শ্যামলৰ বাওঁফালে আছে। ৰোহিত সুমনৰ বাওঁফালে আছে। অজয়ৰ ঠিক সোঁফালে কোন বহিছে ?

(A) সুমন

(B) শ্যামল

(C) ৰোহিত

(D) দʼলজিত

Answer :

(A) সুমন

ইংৰাজী বৰ্ণমালাৰ কোনটো বৰ্ণ ইয়াৰ বাওঁদিশৰ পৰা ষোড়শ  বৰ্ণ সাপেক্ষে সোঁ দিশলৈ সপ্তম স্থানত আছে ?

(A) D

(B) W

(C) R

(D) E

Answer :

(A) D

Which among the following option is correct ?

(A) My thoughts are with the families of those who have lost their loved ones in this unfortunate accident.

(B) My thoughts are with the families of those who have lost their loved ones in this unfortunate incident.

(C) My thoughts are with the families of those who have lost their loved ones in this unfortunate events.

(D) My thoughts are with the families of those who have lost their loved ones in this unfortunate incidents.

Answer :

(A) My thoughts are with the families of those who have lost their loved ones in this unfortunate accident.

“For the little boy, a lolly was tangible, whereas a promise was not.”
The word tangible in the sentence means

(A)    Basic

(B)    Untouchable

(C)    Actual

(D)    Edible

Answer :

(C)    Actual

The following sentence is divided into four parts. One of the parts has an error in it. Read the sentence and find the part containing the error:

(A)    IV

(B)    III

(C)    I

(D)    II

Answer :

(A)    IV

Choose the correct order to complete the sentence:

(A)    I. II, III, IV

(B)    II, III, IV, I

(C)    III, IV, II, I

(D)    III, IV, I, II

Answer :

(C)    III, IV, II, I

Choose the correct options which best explains the meaning of the given idioms:

(A) Probability is better than possibility

(B) Certainty is better than possibility

(C) Possibility is better than probability

(D) Probability indicates certainty

Answer :

(B) Certainty is better than possibility

Choose the correct options which best explains the meaning of the given idioms:

(A) To prune the bush

(B) To approach a matter directly

(C) To approach a matter in a roundabout manner

(D) To discuss a matter endlessly

Answer :

(C) To approach a matter in a roundabout manner

Choose the correct options which best explains the meaning of the given idioms:

(A) To trick the opponent

(B) To defeat the opponent

(C) To take bribe

(D) To act unfairly in a contest

Answer :

(D) To act unfairly in a contest

Choose the correct options which best explains the meaning of the given idioms:

(A) To be mad with anger

(B) To see danger

(C) Sunset

(D) To be drunk

Answer :

(A) To be mad with anger

Choose the correct options which best explains the meaning of the given idioms:

(A) To blame a person for something

(B) To expose publicly

(C) To investigate an allegation

(D) To lie vehemently

Answer :

(B) To expose publicly

Choose the correct options which best explains the meaning of the given idioms:

(A) To quarrel bitterly

(B) To complain about every small detail

(C) To argue about trifles

(D) To study every detail minutely

Answer :

(C) To argue about trifles

Choose the correct pair of words which are ANTONYMS to each other:

(A) Acquit – Convict

(B) Expect – Hope

(C) Faithful – Loyal

(D) End – Finish

Answer :

(D) End – Finish

Choose the correct pair of words which are ANTONYMS to each other:

(A) Advance – Retreat

(B) Abandon – Desert

(C) Elevate – Raise

(D) Value – Success

Answer :

(A) Advance – Retreat

Choose the correct pair of words which are ANTONYMS to each other:

(A) Folly – Stupidity
 

(B) Sweet – Salty

(C) Visible – Unvisible

(D) Scatter – Collect

Answer :

(D) Scatter – Collect

Choose the correct pair of words which are SYNONYMS to each other:

(A) Citizen – Foreigner

(B) Citizen – Emigrant

(C) Citizen – Subject

(D) Citizen – Immigrant

Answer :

(C) Citizen – Subject

Choose the correct pair of words which are SYNONYMS to each other:

(A) Deride – Arrive

(B) Derive – Divide

(C) Deride – Mock

(D) Mock – Praise

Answer :

(C) Deride – Mock

Choose the correct pair of words which are SYNONYMS to each other:

(A) Rely – Resist

(B) Rule –Rue

(C) Secret – Clandastine

(D) Site – Sight

Answer :

(C) Secret – Clandastine

Choose the correct pair of words which are SYNONYMS to each other:

(A) Emigrent – Immigrent

(B) Piece – Pierce

(C) Frugal – Thrifty

(D) Irritate – Instigate

Answer :

(C) Frugal – Thrifty

Insert the correct options in the blank space:

(A)    Engineers were educated there

(B)    Where engineers are educated

(C)    In which, were engineers educated

(D)    Where were engineers educated

Answer :

(B)    Where engineers are educated

Insert the correct options in the blank space:

(A)    Placed a filter

(B)    A filter is placed

(C)    A filter places

(D)    When a filter placed

Answer :

(C)    A filter places

Insert the correct options in the blank space:

(A)    There is no

(B)    Where no

(C)    No

(D)    Is no

Answer :

(A)    There is no

কোনো এক সামগ্ৰী মূল্য প্ৰথমে 40% হ্ৰাস কৰা হʼল আৰু তাৰ পিছত 20% বৃদ্ধি কৰা হʼল । মূল্যৰ মুঠ শতাংশ পৰিৱৰ্তন হৈছেঃ

(A)    20%

(B)    40%

(C)    24%

(D)    28%

Answer :

(D)    28%

‘A’য়ে কোনো P স্থানৰ পৰা বিয়লি 1:00 বজাত 1 মি./চেকেণ্ড বেগত যাত্ৰা আৰম্ভ কৰিলে। ‘B’ য়ে এক স্থান P ৰ একেটা দিশত বিয়লি 1:10 বজাত 2 মি./চেকেণ্ড বেগত যাত্ৰা আৰম্ভ কৰিলে। যদি B য়ে ‘A’ ক Q স্থানত লগ পায়, তেন্তে PQ ৰ দূৰত্ব হʼল:

(A)    1.5 কি.মি.

(B)    1.75 কি.মি.

(C)    1.2 কি.মি.

(D)    1.25 কি.মি.

Answer :

(C)    1.2 কি.মি.

তথ্য গোট (Data Set)  1, 2, 4, 1, 5, 12, 7, 8, 5, 1, 16, 17, 12 ৰ মধ্যমা নিৰ্ণয় কৰা

(A)    8

(B)    7

(C)    5

(D)    4

Answer :

(C)    5

লিজাই তাইৰ চেভিংচ বেংক টকা  এনেদৰে জমা কৰে যাঁতে প্ৰতিদিনে তাই জমা কৰা ধনৰ পৰিমান আগদিনাতকৈ ₹12 বেছি। যদি তাই প্ৰথম দিনা ₹12 ৰে জমা আৰম্ভ কৰে, তেন্তে 30 দিনৰ অন্তত জমা হোৱা মুঠ ধনৰ পৰিমানঃ

(A)    ₹ 5,420

(B)    ₹ 5,580

(C)    ₹ 5,620

(D)    ₹ 5,780

Answer :

(B)    ₹ 5,580

কোনো এক সংখ্যাৰ  ৰ মান আন সংখ্যা এটাৰ  ৰ সমান। প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত হৈছেঃ

(A)    2:3

(B)    3:2

(C)    3:5

(D)    2:5

Answer :

(A)    2:3

(A)    1.73

(B)    2.03

(C)    2.73

(D)    1.03

Answer :

(C)    2.73

এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা হৈছে চে.মি.। ত্ৰিভুজটোৰ কালি হʼবঃ

(A)    6 চে.মি.2

(C)    3 চে.মি.2

Answer :

এটা দলৰ কেইজনমান লʼৰাক 98টা টফি বিলোৱা হৈছিল। প্ৰত্যেক জন লʼৰাই যদি দলটোত থকা লʼৰাৰ সংখ্যাৰ দুগুন পৰিমাণে টফিৰ ভাগ পাইছিল, তেন্তে দলটোত থকা লʼৰাৰ সংখ্যা হৈছেঃ

(A)    5

(B)    7

(C)    10

(D)    14

Answer :

(B)    7

যদি ‘A’ ৰ দৰমহা ‘B’তকৈ 25% বেছি, তেন্তে ‘B’ৰ দৰমহা ‘A’ৰ দৰমহাতকৈ কিমান শতাংশ কম হʼব ?

(A)    20%

(B)    25%

(C)    12x1/2%

(D)    16x2/3%

Answer :

(A)    20%

দুটা সংখ্যা 2:3 অনুপাতত আছে আৰু সিঁহতৰ ল.সা.গু. আৰু গ.সা.উ ৰ পূৰণফল হৈছে 96 । সংখ্যা দুটাৰ যোগফল হৈছে:

(A)    8

(B)    12

(C)    20

(D)    36

Answer :

(C)    20

মাজত এটাকৈ সংখ্যা বাদ দি  বিবেচনা কৰা চাৰিটা ক্ৰমিক সংখ্যাৰ যোগফল 64 । সংখ্যাকেইটাৰ সৰ্বনিম্ন মানৰ সংখ্যা কেইটা হৈছেঃ

(A)    13

(B)    11

(C)    16

(D)    9

Answer :

(A)    13

(A)    1

(B)    3

(C)    2

(D)    4

Answer :

(A)    1

কোনো এক ভগ্নাংশৰ লব বৃদ্ধি পালে ভগ্নাংশটো ইয়াৰ তিনি চতুৰ্থাংশ বৃদ্ধি পায় । ভগ্নাংশটোৰ লবৰ মান হʼবঃ

(A)    3

(B)    4

(C)    5

(D)    6

Answer :

(B)    4

2ৰে হৰণ কৰিলে ভাগশেষ 1 থকা, 3 ৰে হৰণ কৰিলে ভাগশেষ 2 থকা আৰু 4 ৰে হৰণ কৰিলে ভাগশেষ 3 থকা সংখ্যাটো হৈছে:

(A)    25

(B)    41

(C)    13

(D)    11

Answer :

(D)    11

(A)    52

(B)    8

(C)    19

(D)    9

Answer :

(B)    8

দুটা সংখ্যাৰ ল.সা.গু. 40 আৰু সিঁহতৰ গ.সা.উ. 4। সংখ্যা দুটাৰ পাৰ্থক্য 12 হʼলে সিঁহতৰ যোগফল হʼবঃ

(A)    20

(B)    24

(C)    28

(D)    32

Answer :

(C)    28

নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল ?

(A)    শিৱাজী পাৰ্ক

(B)    বাৰেবোৰ্ণ ষ্টেডিয়াম

(C)    আগষ্ট ক্ৰান্তি ময়দান

(D)    প্ৰগতি ময়দান

Answer :

(C)    আগষ্ট ক্ৰান্তি ময়দান

নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকীস্বত্ত ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে ?

(A)    সমাজতান্ত্ৰিক

(B)    পূজিঁবাদী

(C)    মিশ্ৰ

(D)    দ্বৈত

Answer :

(A)    সমাজতান্ত্ৰিক

নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা (Economic Survey of India) প্ৰকাশ কৰে

(A)    ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ (National Development Council)

(B)    বিত্ত সংস্থা (Institute of Finance)

(C)    ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (Indian Statistical Institute)

(D)    বিত্ত মন্ত্ৰণালয় (Ministry of Finance)

Answer :

(D)    বিত্ত মন্ত্ৰণালয় (Ministry of Finance)

কোনজন ৰজাৰ ৰাজত্ৱকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল ?

(A) হৰ্ষবৰ্দ্ধন

(B) অশোক

(C) বিষ্ণুগুপ্ত

(D) সমুদ্ৰগুপ্ত

Answer :

(A) হৰ্ষবৰ্দ্ধন

2022 চনৰ জানুৱাৰী মাহ অনুযায়ী, ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে ?

(A)    কৰ্ণাটক

(B)    মধ্যপ্ৰদেশ

(C)    ৰাজস্থান

(D)    উত্তৰ প্ৰদেশ

Answer :

(D)    উত্তৰ প্ৰদেশ

কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ (GST) ৰূপায়ণ কৰা হৈছিল ?

(A)    জাৰ্মানী

(B)    ফ্ৰান্স

(C)    কানাডা

(D)    আমেৰিকা যুক্তৰাষ্ট্ৰ

Answer :

(B)    ফ্ৰান্স

নিম্নলিখিত কোনটো স্থান পেট্ৰʼলিয়াম খণ্ডৰ সৈতে জড়িত নহয় ?

(A)    দুলীয়াজান

(B)    নাজিৰা

(C)    বঙাইগাঁও

(D)    মাৰ্ঘেৰিটা

Answer :

(D)    মাৰ্ঘেৰিটা

নিম্নলিখিত কোনটো আচঁনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰন্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল ?

(A)    জল শক্তি অভিযান

(B)    জল বিকাশ অভিযান

(C)    জল হি ধন হেয় অভিযান

(D)    জল বচাও অভিযান

Answer :

(A)    জল শক্তি অভিযান

1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য্য় সংঘটিত হোৱা নাছিল ?

(A ৰাওলাট আইন গৃহীত কৰণ

(B) মʼণ্টেগু চেম্ছফʼৰ্ড সংস্কাৰৰ ঘোষণা

(C) বঙ্গ বিভাজন

(D) জালিয়ানৱালা বাগৰ শোকাৰ্ত ঘটনা

Answer :

(C) বঙ্গ বিভাজন

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17 ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে ?

(A)    দাসত্ব

(B)    বন্ধিত শ্ৰমিক

(C)    অস্পৃশ্যতা

(D)    সতী

Answer :

(C)    অস্পৃশ্যতা

ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিশ্যন ইন্দ্ৰধনুষ কাৰ্য্য়ৰ সৈতে জড়িত ?

(A)    টিকাকৰণ

(B)    পৰিচ্ছন্নতা

(C)    ডিজিটেলাইজেশ্যন

(D)    ৰাজপথ উন্নয়ন

Answer :

(A)    টিকাকৰণ

অসম চিকিৎসালয় মহাবিদ্যালয় কʼত অৱস্থিত ?

(A)    শিলচৰ

(B)    যোৰহাট

(C)    গুৱাহাটী

(D)    ডিব্ৰুগড়

Answer :

(D)    ডিব্ৰুগড়

নিম্নলিখিত মন্ত্ৰালয় সমূহৰ কোনটো "বেটি বচাও, বেটি পঢ়াও" আঁচনিৰ সৈতে সংযুক্ত নহয় ?

(A)    স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়

(B)    গ্ৰামোন্নয়ন মন্ত্ৰণালয়

(C)    মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়

(D)    মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়

Answer :

(B)    গ্ৰামোন্নয়ন মন্ত্ৰণালয়

অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ (Ramsar Site) জলাশয়টি হৈছেঃ

(A)    দীপৰ বিল

(B)    বৰদলনি

(C)    চানডুবি বিল

(D)    ডিব্ৰু-চৈখোৱা

Answer :

(A)    দীপৰ বিল

নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ

(A)    যক্ষগান – তামিলনাডু

(B)    সত্ৰিয়া – অসম

(C)    মোহিনীঅট্টম – কেৰালা

(D)    ওডিছি – উৰিষ্যা

Answer :

(A)    যক্ষগান – তামিলনাডু

₹ 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানী টো কি ?

(A)    এয়াৰটেল

(B)    টি চি এছ

(C)    উইপ্ৰʼ

(D)    ৰিলায়েন্স

Answer :

(D)    ৰিলায়েন্স

ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয়ৰ উদ্যোগত হোৱা ‘UDAN’ ত ‘A’ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি ?

(A)    আম (Aam)

(B)    এয়াৰ (Air)

(C)    আকাশ (Aakash)

(D)    এভিয়েশ্বন (Aviation)

Answer :

(A)    আম (Aam)

মহম্মদ আলি শ্বাহৰ সমাধিস্তম্ভ গোল গম্বদ (গম্বুজ) অৱস্থিতঃ

(A)    বিজাপুৰ

(B)    দিল্লী

(C)    হায়দৰাবাদ

(D)    ভূপাল

Answer :

(A)    বিজাপুৰ

ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিঙ্গ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে ?

(A)    অনুচ্ছেদ 25

(B)    অনুচ্ছেদ 13

(C)    অনুচ্ছেদ 15

(D)    অনুচ্ছেদ 19

Answer :

(C)    অনুচ্ছেদ 15

স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তি সকল

(A)    ভীমৰাও আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল

(B)    অৰুণা আছাফ আলি আৰু সুভাষ চন্দ্ৰ বসু

(C)    ভগত সিং আৰু ৰাজগুৰু

(D)    মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস

Answer :

(D)    মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস

প্ৰথম অসমীয়া কথাছবি হৈছেঃ

(A)    ভাইটি

(B)    বৰুৱাৰ সংসাৰ

(C)    জয়মতী

(D)    ইন্দ্ৰমালতী

Answer :

(C)    জয়মতী

যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম হʼল

(A) তৰাই

(B) টোকলাই

(C) তামৈ

(D) টিংৰাই

Answer :

(B) টোকলাই

অসমৰ কোন ঠাইত পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত ?

(A)    শিৱসাগৰ

(B)    তেজপুৰ

(C)    দুমুনীচকী

(D)    হাজো

Answer :

(D)    হাজো

অসমৰ ৰাজ্যিক বৃক্ষ কি ?

(A)    হোলোং

(B)    চেগুন

(C)    শাল

(D)    আঁহত

Answer :

(A)    হোলোং

নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত ?

(A)    ডিক্ৰং

(B)    কুশিয়াৰা

(C)    বগীনদী

(D)    ভৰলু

Answer :

(B)    কুশিয়াৰা

নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূৱত অৱস্থিত ?

(A)    নৰনাৰায়ণ সেতু

(B)    শৰাইঘাট দলং

(C)    ভূপেন হাজৰিকা সেতু

(D)    কলিয়া ভোমোৰা সেতু

Answer :

(C)    ভূপেন হাজৰিকা সেতু

নিম্নলিখিত দেশ সমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে ?

(A)    চীন 

(B)    নেপাল

(C)    ম্যানমাৰ

(D)    ভূটান

Answer :

(D)    ভূটান

31st মাৰ্চ, 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে ?

(A)    চৌত্ৰিশ

(B)    পঁয়ত্রিশ

(C)    তেত্ৰিশ

(D)    বত্ৰিশ

Answer :

(A)    চৌত্ৰিশ

1st জানুৱাৰী, 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন ?

(A)    অজন্তা নেওগ

(B)    চন্দ্ৰমোহন পাটোৱাৰী

(C)    হিমন্ত বিশ্ব শৰ্মা

(D)    পিয়ূষ হাজৰিকা

Answer :

(A)    অজন্তা নেওগ

ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে ?

(A)    নʼ

(B)    সাত

(C)    আঠ

(D)    দহ

Answer :

(B)    সাত

ভলিবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে

(A)    পাঁচ

(B)    সাত

(C)    ছয়

(D)    আঠ

Answer :

(C)    ছয়

নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিক ভাবে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰাঃ

(A)    প্লুটোনিয়াম

(B)    জাৰ্মেনিয়াম

(C)    অʼচমিয়াম

(D)    কেডমিয়াম

Answer :

(A)    প্লুটোনিয়াম

সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয় ?

(A)    বাণিজ্য

(B)    অৰ্থনীতি

(C)    ৰাজনীতি বিজ্ঞান

(D)    সমাজতত্ব

Answer :

(B)    অৰ্থনীতি

কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়ঃ

(A)    100 0C

(B)     -40 0C

(C)    0 0C

(D)  4 0C

Answer :

(D)  4 0C

নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয় ?

(A) সিন্ধু

(B) গংগা

(C) যমুনা

(D) নৰ্মদা

Answer :

(D) নৰ্মদা

উত্তৰ ভাৰতৰ সিন্ধু গাঙ্গেয় সমতলভূমিক দক্ষিণ ভাৰত স্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক পৰ্বতমালাটি হৈছেঃ

(A)    কাৰাকোৰম পৰ্বতমালা

(B)    সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা

(C) আৰাৱলী পৰ্বতমালা
(D) পীৰ পাঞ্জাল পৰ্বতমালা
Answer :

(B)    সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা

এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইল সমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য্য় হাৰ্ডওৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা।

(A)    BIOS

 

(B)    Hard Disk

(C)    CPU
 

(D)    USB Flash Drive

Answer :

(D)    USB Flash Drive

নেশ্যনেল ষ্টক এক্সচেঞ্জটি কʼত অৱস্থিতঃ

(A)    মুম্বাই

(B)    কলিকতা

(C)    হায়দৰাবাদ

(D)    নতুন দিল্লী

Answer :

(A)    মুম্বাই

পেৰুৰ ৰাজধানী চহৰ হৈছেঃ

(A)    বʼগʼটা

(B)    চেণ্টিয়াগো

(C)    হাভানা

(D)    লিমা

Answer :

(D)    লিমা

অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত?

(A) ৰঙা

(B) সেউজীয়া

(C) বেঙুনীয়া

(D) হালধীয়া

Answer :

(C) বেঙুনীয়া