পাঁচ জন লʼৰা এটা বৃত্তত অন্তৰ্মুখী হৈ বহি আছে। অজয়, ৰোহিত আৰু দʼলজিতৰ মাজত আছে। সুমন শ্যামলৰ বাওঁফালে আছে। ৰোহিত সুমনৰ বাওঁফালে আছে। অজয়ৰ ঠিক সোঁফালে কোন বহিছে ?
(A) সুমন
(B) শ্যামল
(C) ৰোহিত
(D) দʼলজিত