নিম্নলিখিত মন্ত্ৰালয় সমূহৰ কোনটো "বেটি বচাও, বেটি পঢ়াও" আঁচনিৰ সৈতে সংযুক্ত নহয় ?
(A) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়
(B) গ্ৰামোন্নয়ন মন্ত্ৰণালয়
(C) মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়
(D) মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়
(B) গ্ৰামোন্নয়ন মন্ত্ৰণালয়