প্ৰিয়াই এখন চিনেমাৰ টিকট বুক কৰিছিল, যাৰ ট্ৰেলাৰখনে প্ৰিয়াই টিকট বুকিং কৰাৰ ২০ দিন আগেয়ে মুক্তি লাভ কৰিছিল । ট্ৰেলাৰ মুক্তি পোৱাৰ ৪৫ দিনৰ পিছত প্ৰিয়াই চিনেমাখন চাইছিল । প্ৰিয়াই চিনেমাখন চোৱাৰ ১৬ দিন আগেয়ে চিনেমাখনে মুক্তি লাভ কৰিছিল । যদি প্ৰিয়াই দেওবাৰে টিকট বুকিং কৰিছিল, তেন্তে চিনেমাখনে মুক্তি লাভ কৰা দিনটো হʼলঃ
(A) শুক্ৰবাৰ
(B) শনিবাৰ
(C) দেওবাৰ
(D) মঙ্গলবাৰ
(C) দেওবাৰ