54. যদি ʼ÷ʼ য়ে ʼযোগʼ, ʼ+ʼ য়ে ʼবিয়োগʼ, ʼ-ʼয়ে ʼপূৰণʼ আৰু ʼxʼ য়ে ʼহৰণʼ প্ৰক্ৰিয়া বুজায়, তেন্তে 18÷12x4-5 ৰ মান হৈছে
(A) 25
(B) 35
(C) 40
(D) 33