20 মি. দীঘল এডাল জখলা এখন উলম্ব দেৱালত আঁউজাই থোৱা আছে । জখলাডালে মাটিৰ সৈতে 30০ কোণ কৰি আছে । জখলাডালে দেৱালখনত স্পৰ্শ কৰা বিন্দুটোৰ উচ্চতা হৈছেঃ
(A) 10 মি.
(B) 17.32 মি.
(C) 8.16 মি.
(D) 13 মি.