10 গৰাকী শিক্ষক থকা এখন বিদ্যালয়ত এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰে আৰু লগে লগে 25 বছৰ বয়সৰ আন এজন শিক্ষকে বিদ্যালয়ত যোগদান কৰে । ফলস্বৰূপে শিক্ষক সকল গড় বয়স 3 হ্ৰাস পায় । অৱসৰ গ্ৰহণ কৰা শিক্ষক জনৰ বয়স হৈছেঃ
(A) 55 বছৰ
(B) 65 বছৰ
(C) 58 বছৰ
(D) 60 বছৰ
(A) 55 বছৰ