কোনো এক সাক্ষাৎকাৰৰ বাবে চেয়াৰমেন গৰাকী 12:30 বজাৰ 10 মিনিট আগেয়ে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰে । চেয়াৰমেন গৰাকী এম.ডি.ত কৈ 20 মিনিট আগেয়ে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিছিল । এম.ডি. গৰাকী সাক্ষাৎকাৰৰ নিৰ্দ্ধাৰিত সময়তকৈ 30 মিনিট পলমকৈ আহিছিল । সাক্ষাৎকাৰৰ নিৰ্দ্ধাৰিত সময়টো আছিলঃ

(A)    12:50 বজা

(B)    12:40 বজা

(C)    12:00 বজা

(D)    12:10 বজা

Answer :

(D)    12:10 বজা

Explanation :